আচ্ছালামুআলাইকুমঅৰাহমাতুল্লাহিিি
পোনপ্ৰথমেইআল্লাহৰচুকৰীয়াআদায়কৰিছোঁ、আলহামদুলিল্লাহ。 অসংখ্যঅগণনপ্ৰশংসাএকমাত্ৰতেওঁৰে তেৱেঁইআমাকসৰ্বোৎকৃষ্টগ্ৰন্থ、মানৱজাতিৰহিদায়তৰমূলপুথিআল-কোৰআনঅসমীয়ালৈঅনুবাদকৰাৰআৰুমানুহৰমাজতপৌঁচাইদিয়াৰতাওফীকদানকৰিছে。 এইকথানিশ্চিতযে、অনুবাদকেতিয়াওমূলগ্ৰন্থৰসমপৰ্যায়হ'বনোৱাৰে。 আনহাতেহুবহুঅনুবাদকৰাওসম্ভৱনহয় তথাপিওযৎপৰোনাস্তিপ্ৰতিটোশব্দৰঅৰ্থঅনুবাদতটানিবলৈচেষ্টাকৰিছোঁআমি。 অনুবাদকৰোঁতেকেৱলভাৱাৰ্থৰঅনুবাদঅথবাকেৱলশাব্দিকঅনুবাদকৰানাই、বৰংদুয়োটাইএকেলগেৰখাৰচেষ্টাকৰিছোঁ。
কোৰআনৰএইঅনুবাদখনপাঠকসমাজলৈসহজেউপস্থাপনকৰিবপৰাকৈভাইমতিউৰৰহমানচাহাবৰআপ্ৰাণপ্ৰচেষ্টাতএইএপ্লিকেচনৰডেভ্লপমেন্টপ্ৰক্ৰিয়াসম্ভৱহৈউঠিছে。 লগতেভাইইমৰাণআলিচাহাবৰযথেষ্টমেহনততwww.islamqa.inনামৰৱেবছাইটটোঅস্তিত্বলাভকৰিছে。 আমিসেইৱেবছাইটকইয়াতসংযুক্তকৰিছ আল্লাহেতেওঁলোকদুয়োকেউত্তমপ্ৰতত লগতেমোৰএইক্ষুদ্ৰপ্ৰচেষ্টাকবুলকৰিনাজাতৰমাধ্যমবনাইদিয়ক。 (আমীন)
এপ্পটোতবৰ্তমাননিম্নলিখিতফিচাৰসমূহসংযুক্তকৰাহৈছে。
*আল-কোৰআনুলকাৰীমৰআৰবীআয়াতআৰুঅসমীয়াঅনুবাদদিয়াহৈছে。
*কপি、শ্বেয়াৰআৰুপছন্দনীয়তালিকাপ্ৰস্তুতকৰাৰবটনসংযুক্তকৰাহৈছে。
*আৰবীআৰুঅসমীয়াৰবেলেগবেলেগফন্টয
*ফন্টছাইজকমবেছিকৰাৰসুবিধাদিয়াা
*নাইটমোডঅপচনদিয়াহৈছে。
*অকলঅসমীয়াঅনুবাদপঢ়াৰসুবিধাসন২
*আমাৰঅনলাইনৱেবছাইটবোৰৰলিংকদিয়াহৈছে、যিবোৰতক্লিককৰিসবিশেষপঢ়িবপাৰিব。
আলহামদুলিল্লাহ্、আল্লাহেইআমাকতেওঁৰদ্বীনৰবৃহৎকৰ্মৰএটিক্ষুদ্রঅংশতসম্পৃক্তহোৱাৰতাওফীকদানকৰিছে。
আমিআশাকৰোঁআৰুবিশ্বাসকৰোঁ、যিসকলেপ্রকৃতপক্ষেদ্বীনকভালপায়、তথাআল্লাহ্আৰুতেওঁৰৰাছুলচাল্লাল্লাহুআলাইহিঅছাল্লামৰকথাকনিজেআমলআৰুঅনুসৰণকৰাৰলগতেআনৰওচৰলৈপৌঁচাইদিববিচাৰে、তেওঁলোকেআমাৰএইক্ষুদ্রকার্যক্রমতনিজকেসম্পৃক্তকৰিবইন-শ্বা-আল্লাহ。
অৱশেষতআল্লাহৰওচৰতদুআকৰোঁতেওঁযেনআমাৰসকলোভুলত্রুটিক্ষমাকৰেআৰুআমাৰএইক্ষুদ্রপ্ৰচেষ্টাকপৰকালৰনাজাতৰমাধ্যমহিচাপেকবুলকৰে、তথাইয়াৰলগতজৰিতসকলোকেজান্নাতুলফিৰদাউছতনবীমুহাম্মদচাল্লাল্লাহুআলাইহিঅছাল্লামৰসৈতেএকেলগেথকাৰতাওফীকদানকৰে、আমীন。
যিসকলেআমাকআৰ্থিকভাৱেসহায়কৰিববিচাৰেতেওঁলোকেআমাকのWhatsAppতযোগাযোগকৰিবপাৰেঅথবাই-মেইলৰজৰিয়তেযোগাযোগকৰিবপাৰে。
ইতি
অনুবাদকঃআল-কোৰআনঅসমীয়া
ৰফিকুলইছলামবিনহাবীবুৰৰহমান
বলোগড়া、খাৰুপেটীয়া、দৰং、অসম。
যোগাযোগঃassamese@islamhouse.com
mr96356029@gmail.com
Whatsapp:9101665226